তেওঁৰ ﷺ বাহনসমূহ

তেওঁৰ ﷺ ঘোঁৰাসমূহ

তেওঁৰ ﷺ দহটা ঘোঁৰা আছিল, অৱশ্যে এই বিষয়ে কিছু মতভেদ আছে:

  • আচ-ছাকব
  • আল-মুৰ্তাজাজ
  • আল-লুযায
  • আল-লাহীফ
  • আল-ৱাৰ্দ
  • আল-মিৰৱাহ
  • আল-বাহৰ
  • আচ-ছাবহা
  • আল-মান্দুব
  • আল-য়া'ছুব

তেওঁৰ ﷺ খছৰসমূহ

তেওঁৰ খছৰসমূহ আছিল: দুলদুল, আল-মাইলিয়াহ, আৰু দৌমাহ আল-জান্দালৰ পৰা অনা আন এটা।

তেওঁৰ ﷺ গাধসমূহ

তেওঁৰ ﷺ 'উফাইৰ' নামৰ এটা গাধ আছিল, আৰু আন এটাৰ নাম আছিল 'য়া'ফুৰ' ।