তেওঁৰ ﷺ খুৰা আৰু পেহীসকল

তেওঁৰ ﷺ খুৰাসকল

  • আল-হাৰিছ
  • কুছম
  • হামজা ৰাদ্বিয়াল্লাহু আনহু (আল্লাহৰ সিংহ আৰু তেওঁৰ ৰাছুলৰ সিংহ)
  • আল-আব্বাছ ৰাদ্বিয়াল্লাহু আনহু
  • আবু তালিব
  • আব্দুল কা'বা
  • আবু লাহাব
  • হাজল
  • দ্বিৰাৰ
  • আল-মুক্বাৱ্ৱিম
  • আল-গাইদাক

তেওঁৰ ﷺ পেহীসকল

  • ছফিয়্যাহ ৰাদ্বিয়াল্লাহু আনহা
  • আতিকাহ
  • আৰৱা
  • উমাইমাহ
  • বাৰ্ৰাহ
  • উম্মে হাকিম আল-বাইদ্বা