তেওঁৰ ﷺ পত্নীসকল

উম্মাহাতুল মু'মিনীন (বিশ্বাসীসকলৰ মাতৃ) ৰাদ্বিয়াল্লাহু আনহুন্না

ৰাছুলুল্লাহ ﷺ-ৰ পত্নীসকল। তেওঁ ﷺ-ৰ পত্নীসকলৰ বাবে মোহৰ আছিল প্ৰতিগৰাকীৰ বাবে পাঁচশ দিৰহাম।

  • খাদীজা বিনত খুৱাইলিদ ৰাদ্বিয়াল্লাহু আনহা — তেওঁৰ ﷺ প্ৰথম পত্নী আৰু তেওঁৰ অধিকাংশ সন্তানৰ মাতৃ।
  • চাওদা বিনত জামআ ৰাদ্বিয়াল্লাহু আনহা
  • আইশ্বা বিনত আবু বকৰ ৰাদ্বিয়াল্লাহু আনহা — তেওঁৰ ﷺ আটাইতকৈ প্ৰিয় ব্যক্তি।
  • হাফছা বিনত উমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহা
  • উম্মে হাবিবা বিনত আবু চুফিয়ান ৰাদ্বিয়াল্লাহু আনহা
  • উম্মে ছালামা হিন্দ বিনত উমাইয়া ৰাদ্বিয়াল্লাহু আনহা
  • জয়নব বিনত জাহাশ ৰাদ্বিয়াল্লাহু আনহা
  • জুৱাইৰিয়া বিনত আল-হাৰিছ ৰাদ্বিয়াল্লাহু আনহা
  • মাইমুনা বিনত আল-হাৰিছ ৰাদ্বিয়াল্লাহু আনহা
  • চফিয়্যা বিনত হুয়াই ইবনে আখতাব ৰাদ্বিয়াল্লাহু আনহা
  • জয়নব বিনত খুজাইমা ৰাদ্বিয়াল্লাহু আনহা — উম্মুল মাছাকীন (দুখীয়াৰ মাতৃ)।